This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
Firstranker's choice
This Question Paper consists of 30 questions and 4 printed pages.
--- Content provided by FirstRanker.com ---
Roll No. | Code No. 51/S/O/A Set A |
ASSAMESE
(অসমীয়া)
(228)
Day and Date of Examination | Signature of Invigilators |
সাধাৰণ নিৰ্দেশাৱলী :
--- Content provided by FirstRanker.com ---
- প্ৰশ্ন কাকতৰ প্ৰথম পৃষ্ঠাত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নং সঠিককৈ লিখিব ।
- পৰীক্ষাৰ্থীয়ে প্রশ্ন কাকতৰ প্ৰথম পৃষ্ঠাৰ শীর্ষত উল্লেখ কৰা মতে প্রশ্ন বহীখনত মুঠ প্ৰশ্নৰ সংখ্যা ক্রমানুসাৰে আছে নে নাই আৰু পৃষ্ঠাৰ সংখ্যা ঠিক মতে আছে নে নাই নিশ্চিত হৈ লব লাগিব ।
- বস্তুনিষ্ঠ প্ৰশ্নৰ ক্ষেত্ৰত (A), (B), (C), (D) বিকল্প সমুহৰ পৰা যি কোনো এটা শুদ্ধ উত্তৰ বাছিবে লেগে দিয়া উত্তৰ বহীত তাক চিহ্নিত কৰিব
- বস্তুনিষ্ঠ প্রশ্ন সহিতে সকলোবোৰ প্ৰশ্নৰ উত্তৰ নিৰ্দিস্ট সময়ৰ ভিতৰত কৰিব লাগিব । বস্তুনিষ্ঠ প্রশ্নৰ বাবে বেলেগে কোনো অতিৰিক্ত সময় দিয়া নহব ।
- নির্দিস্ট স্থানত বাহিৰে প্ৰশ্ন - উত্তৰ বহীৰ অন্য কোনো স্থানত ৰোল নং বা পৰীক্ষাৰ্থীৰ চিনাক্ত কৰণৰ যিকোনো তথ্য লিখিলে পৰীক্ষাৰ্থীৰ পৰীক্ষা বাতিল হব ।
- উত্তৰ বহীত প্ৰশ্ন কাকতৰ সাংকেতিক সংখ্যা 51/S/O/A উল্লেখ কৰিব ।
--- Content provided by FirstRanker.com ---
51/S/O/A-228 - A ] 1 FirstRanker.com [ Contd...
Firstranker's choice
ASSAMESE
--- Content provided by FirstRanker.com ---
(অসমীয়া)(228)
সময় : 3 ঘণ্টা ] | [ পূর্ণমান : 100 |
নির্দেশ : সকলো প্ৰশ্নৰ উত্তৰ কৰা বাঞ্ছনীয় ।
সাধাৰণ নিৰ্দেশাৱলী :
- পৰীক্ষাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ তলত দিয়া স্থানত উত্তৰ লিখিব লাগিব । যদি উত্তৰ লিখাৰ স্থান কম হয় তেনে হলে শেষত দিয়া অতিৰিক্ত পৃষ্ঠাৰ প্ৰথমতেই প্ৰশ্ন নং লিখিব লাগিব ।
- বহুমুখী (Multiple Choice) প্ৰশ্নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে বিকল্প বিলাকৰপৰা সঠিক উত্তৰ বাছিব লাগিব আৰু (A), (B), (C) অথবা (D) ৰ ভিতৰত যিটো সঠিক সৈইটো প্ৰশ্নৰ সম্মুখত দিয়া বাকচত লিখিব লাগিব ।
- পৰীক্ষাৰ্থীয়ে একমাত্র ফ্লেপৰ (Flap) নির্দিষ্ট স্থানত নিজৰ ৰোল নং, নাম, পৰীক্ষা কেন্দ্র সংখ্যা লিখিব লাগিব ।
--- Content provided by FirstRanker.com ---
- কেতেকী চৰাইজনী ক'ত উৰি ফুৰে? 1
- কবিয়ে ‘মোৰ দেশ কবিতাটোত নিজক কি বুলি পৰিচয় দিছে? 1
- কবি হীৰেন ভট্টাচাৰ্য্যক কি কবি বুলি জনা যায়? 1
- কাৰেতে- কেনেকৈ নিৰ্মান কৰা হৈছিল? 1
- সংসাৰৰ আচল বস্তু কি? 1
- মাদাৰ টেৰেচাই কোন চলত ভাৰতৰ নাগৰিকত্ব গ্ৰহন কৰে? 1
- সূৰ্য্যৰ অপকাৰী তীক্ষ্ণ ৰস্মিবিধৰ নাম লিখা। 1
- কম্পিউটাৰৰ উদ্ভাৱক কোন? 1
- সন্ধ্যা-ললিতা-কান্তা তিনি সুঁতি ক'ত? 1
- আমাৰ জনমভূমি ভাৰতবৰ্ষ এখন : 1
- দুখীয়া দেশ
- বৈচিত্রপূর্ণ দেশ
- উন্নত দেশ
- কোনো জাতিক জীয়াই ৰাখিবলৈ হলে প্রতিজন ব্যক্তি হব লাগিব। 1
- দেশ প্রেমিক
- সুস্থ সবল
- স্বাৱলম্বী
--- Content provided by FirstRanker.com ---
- জনমভূমি কবিতাটোৰ কবি কোন? তেঁওক কি উপাধিৰে বিভূষিত কৰা হৈছে? 2
- বৰগীত কাক বোলে? বৰগীতত কি বিষয়বস্তু আৰু ভাষা ব্যৱহাৰ হয়? 1+2=3
- মহৎলোকৰ জীৱনী অধ্যয়নৰ আৱশ্যকতাৰ দুটা কাৰন লিখা। 2
- ইচলাম ধৰ্মৰ প্ৰৱৰ্ত্তক কোন? ৰমজান মাহত ইচলাম ধৰ্মী সকলে কিমান দিন উপবাসে থাকে? 2
- অসমৰ ওজাপালিৰ লগত সাদৃশ্য থকা ভাৰতৰ দৃশ্য-শ্ৰব্য ক'লা শৈলীৰ দুটা নাম লিখা। 2
- মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষনা পত্ৰত থকা অনুচ্ছেদ কেইটাক কিমান ভাগত কেনেছৰে ভাগ কৰা হৈছে? 3
- কথাকবিতাৰ ঘাই লক্ষণকেইটা লিখা। 3
- মুখ্য মন্ত্রী হিচাপে গোপীনাথ বৰদলৈয়ে শিক্ষাৰ ক্ষেত্ৰত কি উন্নতিমূলক কাম কৰিছিল? 4
- ভাৰতবৰ্ষ কিহৰ বলত অন্য দেশৰ প্ৰেৰনাৰ কেন্দ্র আছিল? 4
- বন্যপ্রানী লুপ্ত হৈ অহাৰ প্ৰকৃত কাৰণ কি বুলি ভাবা? 4
- 'জনমভূমি' নাইবা 'জীৱন জেউতি' কবিতাৰ মূলভাৱ লিখা। 6
- প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা : 5x2=10
- ‘দৰিদ্ৰ সকলেই আমাৰ প্ৰকৃত সমাজ, তেঁওলোকৰ নিৰাপত্তাই আমাৰ নিৰাপত্তা তেঁওলোকৰ স্বাস্থ্যই আমাৰ স্বাস্থ্য'।
- 'লোভ মোহ দুয়ো বাঘ সততে নছাড়ে লাগ ৰাখু ৰাখু সদাশিৱ ।
--- Content provided by FirstRanker.com ---
- তোমাৰ অঞ্চলত খোৱাপানীৰ অভাৱ দূৰীকৰণৰ বাবে বাতৰি কাকতৰ সম্পাদকৰ জৰিয়তে বিভাগীয় কতৃপক্ষলৈ এখন চিঠি লিখা। 8
- এটা শব্দত প্রকাশ কৰা। (যিকানো 5 টা) 1x5=5
- যিয়ে অকল নিজৰ স্বাৰ্থৰ কথাকে ভাবে
- দেশৰ প্ৰতি ভক্ত যিজন
- যাৰ কোনো আশ্ৰয় নাই
- একেমাকৰ পুতেক
- সনতান নোহোৱা তিৰোতা
- ৰাতি চকুৰে নেদেখা মানুহ
- আনৰ ভাল দেখিব নোৱাৰা লোক
--- Content provided by FirstRanker.com ---
- বাক্য ৰচনা কৰা : (যিকোনো 5 টা) 1x5=5
অজীন পাতকী, লেৰেলা-সাদৰ, সংহতি, ৰাংঢালী, কনাৰ লাখুটি, চকুমুদা, আওকনীয়া
- সন্ধি ভাঙা আৰু পাতা : (যিকোনো 5 টা) 1x5=5
পৰীক্ষা, নিশ্চয়, ইত্যাদি
সম + ভেদ, ভগ্ন + অংশ, উৎ + নতি
- বিপৰীতার্থক শব্দ লিখা : (যিকোনো 5 টা) 1x5=5
আকাশ, ধনী, হাঁহি, ওখ, স্বৰগ, সচাঁ, ধুনীয়া
- ভাৱ-সম্প্ৰসাৰন কৰা : (যিকোনো দুছোৱা) 4x2=8
- এদেও দুদেও লোটা নিবৰ ছেও ।
- পুঁথি অধ্যয়ন বিদ্যা আৰ্জনৰ ঘাই উপায়।
- পঢ়ে পঢ়ুৱায় ৰোৱে পান এই তিনি নিচিন্তে আন।
--- Content provided by FirstRanker.com ---
- তলৰ যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা : 8
বাতৰি কাকত, তোমাৰ প্ৰিয় সাহিত্যিক, গ্রন্থ মেলা, কাজিৰঙা
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
51/S/O/A-228 - A ] 2 [ Contd...
Firstranker's choice
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
51/S/O/A-228 - A ] 3 [ Contd...
Firstranker's choice
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
51/S/O/A-228 - A ] 4 -000- FirstRanker.com