This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
This question paper consists of 28 questions and 8 printed pages.
Roll No.
Code No. 44/S/A/A
--- Content provided by FirstRanker.com ---
ASSAMESE
অসমীয়া
(228)
Day and Date of Examination
Signature of Invigilators 1.
--- Content provided by FirstRanker.com ---
2.সাধাৰণ নিৰ্দেশাৱলী :
- প্রশ্ন কাকতৰ প্ৰথম পৃষ্ঠাত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নং সঠিককৈ লিখিব ।
- পৰীক্ষাৰ্থীয়ে প্রশ্ন কাকতৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত উল্লেখ কৰা মতে প্রশ্ন বহীখনত মুঠ প্ৰশ্নৰ সংখ্যা ক্রমানুসাৰে আছে নে নাই আৰু পৃষ্ঠাৰ সংখ্যা ঠিক মতে আছে নে নাই নিশ্চিত হৈ লব লাগিব ।
- বস্তুনিষ্ঠ প্ৰশ্নৰ ক্ষেত্ৰৰ (A), (B), (C), (D) বিকল্প সমুহৰ পৰা যি কোনো এটা শুদ্ধ উত্তৰ বাছি বেলেগে দিয়া উত্তৰ বহীত তাক চিহ্নিত কৰিব ।
- বস্তুনিষ্ঠ প্রশ্ন সহিতে সকলোবোৰ প্ৰশ্নৰ উত্তৰ নিৰ্দিষ্ঠ সময়ৰ ভিতৰত কৰিব লাগিব । বস্তুনিষ্ঠ প্ৰশ্নৰ বাবে বেলেগে কোনো অতিৰিক্ত সময় দিয়া নহব ।
- নিৰ্দ্দিষ্ট স্থানত বাহিৰে প্ৰশ্ন - উত্তৰ বহীৰ অন্য কোনো স্থানত ৰোল নং বা পৰীক্ষাৰ্থীৰ চিনাক্ত কৰণৰ যিকোনো তথ্য লিখিলে পৰীক্ষাৰ্থীৰ পৰীক্ষা বাতিল হব ।
- উত্তৰ বহীত প্রশ্ন কাকতৰ সাংকেতিক সংখ্যা code No. 44/S/A/A উল্লেখ কৰিব ।
--- Content provided by FirstRanker.com ---
44/S/A/A-99228] 1 [Contd...
সময় : 3 ঘন্টা ] [পূর্ণমান : 100
--- Content provided by FirstRanker.com ---
নির্দেশ: সকলো প্ৰশ্নৰ উত্তৰ কৰা বাঞ্ছনীয় ।সাধাৰণ নিৰ্দেশাৱনী :
- পৰীক্ষাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ তলত দিয়া স্থানত উত্তৰ লিখিব লাগিব । যদি উত্তৰ লিখাৰ স্থান কম হয় তেনে হলে শেষত দিয়া অতিৰিক্ত পৃষ্ঠাৰ প্ৰথমতেই প্রশ্ন নং লিখিব লাগিব ।
- বহুমুখী (Multiple Choice) প্ৰশ্নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে বিকল্প বিলাকৰপৰা সঠিক উত্তৰ বাছিব লাগিব আৰু A, B, C অথবা D ৰ ভিতৰত যিটো সঠিক সৈইটো প্ৰশ্নৰ সম্মুখত দিয়া বাকচত লিখিব লাগিব ।
- পৰীক্ষার্থীয়ে একমাত্র ফ্লেপৰ (Flap) নিৰ্দিষ্ট স্থানত নিজৰ ৰোল নং, নাম, পৰীক্ষা কেন্দ্ৰ সংখ্যা লিখিব লাগিব।
--- Content provided by FirstRanker.com ---
- কবিয়ে কাৰ লগত মাটি হৈ মিলিব খুজিছে ? 1
- "আজি” আৰু 'কালি' য়ে ফুলৰ উপৰত্ত কেনে ভাৱে প্ৰভাৱ বিস্তাৰ কৰে । 1
- 'জনমভূমি' কবিত্তাৰ কবিজনাৰ নাম লিখা । 1
44/S/A/A-99228] 2 [ Contd...
- 'কাকৃতি' কৱিতাত কবিয়ে 'লোভ', 'মোহ' এই দুয়োটাক কি বুলি কৈছে ? 1
- গান্ধীজীয়ে দেশবাসীক কি অমোল মন্ত্র শুনৈছিল ? 1
- কাছাৰৰ শেহতিয়া স্বতন্ত্ৰ ৰজা কোন? 1
- 'কাকুতি' কবিতাৰ কবিজন হৈছে : 1
- খতীন্দ্ৰনাথ দুৱৰা
- বিনন্দচন্দ্ৰ বৰুৱা
- নলিনীবালা দেবী
- শঙ্কৰ দেৱ
--- Content provided by FirstRanker.com ---
- সময়ক কিহৰ লগত তুলনা কৰা হয় ? 1
- 'গড়গাঁউ' কবিতাৰ কবিজনক : 1
- বনফুলৰ কবি
- ধ্বনি কবি
- বিহগী কবি
- আধ্যাত্মিক কবি বুলি জনা খায় ।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
44/S/A/A-99228] 3 [Contd...
- গহপুৰত পুলিচৰ গুলীচালনাত নিহত হোৱা বিৰাংগনাজনীৰ নাম কি ? 1
- ৰাভা সকলৰ মাজত্ত প্রচলিত উৎসৱটোৰ নাম : 1
- মপিন
- বুসু
- বায়খু
- বৈসাপ্ত
- “তই মানুহৰ মনৰ ভাৱ কি বুজিবি” কোন কাক, কেতিয়া কৈছিল ? 2
- "তুমিয়েহে মোৰ একমাত্ৰ বিপদৰ বন্ধু” - এইয়াৰ কাৰ উক্তি? 'বিন্দৰ বন্ধু' বুলি কাক কৈছে? 2
- বিষয় বস্তু অনুসৰি উজাপালি অনুষ্ঠান টোক কি দুটা বহল ভাগত ভগাৰ পাৰি ? 2
- হিন্দু শাস্ত্র মতে যুগ কেইটা আৰু কি কি ? 2
- “এদিনৰ এটা বিশেষ ঘটনাই তেওঁৰ অন্তৰত ধুমুহাৰ সৃষ্টি কৰিলে ।” কাৰ অন্তৰত ধুমুহাৰ 2 সৃষ্টি হৈছিল ? কিহৰ বাবে ধুমুহাৰ সৃষ্টি হৈছিল বৰ্ণন কৰা ।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
44/S/A/A-99228 ] 4 [Contd...
- 'মোৰদেশ' নাইবা 'জীৱন-জেউতি' কবিতাটিৰ মূলভাৱ লিখা । 6
- কবি নলিনীবালা দেৱীৰ দুখন কবিতাপুথিৰ নাম লিখা । কবিয়ে 'জনমভূমি' কবিতাটোত 3 'তোমাৰ' শন্দষে কাক বুজাইছে ?
- লটাকটা ৰনৰ বিষয় কি জানা লিখা । 3
- অসমৰ উজাপালিৰ লগত সাদৃশ্য থকা ভাৰতৰ দৃশ্য-শ্ৰব্য কথাশৈলী দুটাৰ নাম লিখা । 3
- প্ৰসংগ সংগতি দর্শাই যিকোনো দুছোৱা ব্যাখ্যা কৰা । 5×2=10
- সকলোৰে আছে কাম,
নোেহাৱাৰ নাই নাম,
কাপুৰষে সদা পায় লাজ,
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি
আদেশ মাথান হয় 'সাজ'। - “আজি এই খি অন্তবিপ্লৱ আনি ৰাজকাৰেঙত খুমুৱালিহি, ভায় ভায় বিবাদ লগালিহি,
এয়ে থান্তৱদাহনত্ত পৰিণত হব ।” - “ভাৰতৰ মুক্তি সংগ্ৰামৰ ইতিহাসত অসমৰ এক গৌৰৱোজ্বল অৱদান আছে ।”
--- Content provided by FirstRanker.com ---
- সকলোৰে আছে কাম,
--- Content provided by FirstRanker.com ---
44/S/A/A-99228] 5 [Contd...
--- Content provided by FirstRanker.com ---
- ৰাইজৰ খোৱাপানীৰ অভাৱ দূৰীকৰনৰ বাবে বাতৰি কাকত্তৰ সম্পাদকৰ জৰিয়তে বিভাগীয় 8 কর্তৃপক্ষলৈ এখন চিঠি লিখা ।
- এটা শব্দত প্রকাশ কৰা : 5×1=5
- আনৰ ভাল দেখিব নোৱাৰা লোক ।
- কাপোৰত ফুল বাছিব পৰা তিৰোতা ।
- যাক বুজিব নোৱাৰি ।
- ডাৱৰ আঁতৰি পৰিষ্কাৰ হোৱা বতৰ ।
- মৰুভূমিৰ মাজৰ গছগছনি থকা ঠাই ।
--- Content provided by FirstRanker.com ---
- বাক্য ৰচনা কৰা : (যিকোনা ৪ টাৰ) 4×2=8
গাইপতি, দেহা চাইহে বেহা, দোণত দোনে, বাটকুৰি বাই, নগুৰ-নাৰ্গতি, চকু চৰহা । - সন্ধি ভাঙা/পাতা : 5×1=5
--- Content provided by FirstRanker.com ---
খথা + ইষ্ট, স্বভাৱ + ইক, নিৰাপদ, নমষ্কাৰ, উদ্ভৱ । - বিপৰীতার্থক শব্দ লিখা : 4×2=6
সাৱধান, ধ্বংস, অধিকাৰ, বনৰীয়া ।
44/S/A/A-99228] 6 [Contd...
- ভাৱ-সম্প্ৰসাৰণ কৰা । (যিকোনো দুছোৱা) 6×2=12
- পুথি অধ্যয়ন বিদ্যা আৰ্জনৰ ঘাই উপায় ।
- গাৰ নোম লৰাব নোৱাৰা ।
- কুকুৰ ঠিকুন গিৰিহঁতৰ খশ ।
--- Content provided by FirstRanker.com ---
- যি কোনো এখন ৰচনা লিখা । 10
- তোমাৰ প্ৰিয় কবিজনা ।
- অখমৰ এখন প্রধান নদী।
- খৰাং বতৰ ।
--- Content provided by FirstRanker.com ---
44/S/A/A-99228] 7 [Contd...
কেঁচা কামৰ কাৰণে ঠাই
44/S/A/A-99228] 8 [750]