This download link is referred from the post: Goa University BA-LLB 5 Years Degree Last 10 Years 2010-2020 Previous Question Papers
Firstranker's choice
This Question Paper consists of 29 questions and 4 printed pages.
--- Content provided by FirstRanker.com ---
Roll No. | |
Day and Date of Examination | |
Signature of Invigilators 1. | 2. |
ASSAMESE
(অসমীয়া)
(228)
Code No. 49/S/O/A
Set A
--- Content provided by FirstRanker.com ---
সাধাৰণ নিৰ্দেশাৱলী :
- পৰীক্ষাৰ্থীয়ে প্রশ্ন কাকতৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত নিজৰ ৰোল নং সঠিককৈ লিখিব ।
- শীৰ্ষত উল্লেখ কৰা মতে প্রশ্ন বহীখনত মুঠ প্ৰশ্নৰ সংখ্যা ক্ৰমানুসাৰে আছে নে নাই আৰু পৃষ্ঠাৰ সংখ্যা ঠিক মতে আছে নে নাই নিশ্চিত হৈ লব লাগিব ।
- বস্তুনিষ্ঠ প্ৰশ্নৰ ক্ষেত্ৰত (A), (B), (C), (D) বিকল্প সমুহৰ পৰা যি কোনো এটা শুদ্ধ উত্তৰ বাছি বেলেগে দিয়া উত্তৰ বহীত তাক চিহ্নিত কৰিব ।
- বস্তুনিষ্ঠ প্রশ্ন সহিতে সকলোবোৰ প্ৰশ্নৰ উত্তৰ নিৰ্দিষ্ঠ সময়ৰ ভিতৰত কৰিব লাগিব । বস্তুনিষ্ঠ প্ৰশ্নৰ বাবে বেলেগে কোনো অতিৰিক্ত সময় দিয়া নহব ।
- নিৰ্দিষ্ঠ স্থানত বাহিৰে প্ৰশ্ন - উত্তৰ বহীৰ অন্য কোনো স্থানত ৰোল নং বা পৰীক্ষাৰ্থীৰ চিনাক্ত কৰণৰ যিকোনো তথ্য লিখিলে পৰীক্ষাৰ্থীৰ পৰীক্ষা বাতিল হব ।
- উত্তৰ বহীত প্ৰশ্ন কাকতৰ সাংকেতিক সংখ্যা 49/S/O/A উল্লেখ কৰিব ।
--- Content provided by FirstRanker.com ---
49/S/O/A-228 - A ] 1
ASSAMESE
(অসমীয়া)
--- Content provided by FirstRanker.com ---
(228)
সময় : 3 ঘণ্টা ] [ পূর্ণমান : 100
নির্দেশ : সকলো প্ৰশ্নৰ উত্তৰ কৰা বাঞ্ছনীয় ।
সাধাৰণ নিৰ্দেশাৱলী :
- পৰীক্ষাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ তলত দিয়া স্থানত উত্তৰ লিখিত লাগিব । যদি উত্তৰ লিখাৰ স্থান কম হয় তেনে হলে শেষত দিয়া অতিৰিক্ত পৃষ্ঠাৰ প্ৰথমতেই প্ৰশ্ন নং লিখিব লাগিব ।
- বহুমুখী (Multiple Choice) প্ৰশ্নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে বিকল্প বিলাকৰপৰা সঠিক উত্তৰ বাছিব লাগিব আৰু (A), (B), (C) অথবা (D) ৰ ভিতৰত যিটো সঠিক সৈইটো প্ৰশ্নৰ সম্মুখত দিয়া বাকচত লিখিব লাগিবা ।
- পৰীক্ষাৰ্থীয়ে একমাত্র ফ্লেপৰ (Flap) নিৰ্দিষ্ট স্থানত নিজৰ ৰোল নং, নাম, পৰীক্ষা কেন্দ্র সংখ্যা লিখিব লাগিব ।
--- Content provided by FirstRanker.com ---
- পূৱাৰ বেলি আৰু আবেলিৰ বেলিৰ মাজত কিবা সাদৃশ্য আছেনে ? 1
- কি কথা বুজিছিল বাবে লাচিত আজিও মহাবীৰ হৈ আছে ? 1
- ‘কাকুতি' কবিতাৰ কবিজনাৰ নাম লিখা। 1
- কবি বিনন্দ চন্দ্ৰ বৰুৱাক কি কবি বুলি জনা যায় ? 1
- কম্পিউটাৰে পুথিভৰালৰ কামত কেনে ধৰণে হায় কৰে ? 1+1=2
- বন্য প্ৰাণীৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা মুখ্য কাৰক কি ? 1
- কম্পিউটাৰ চলাবৰ কাৰণে কি কি লাগে? 1
- আৰ্য্য সকল কোন পিনেদি ভাৰতত সোমায় ? 1
- ভাৰতত বিভিন্ন জাতি-উপজাতি পৰস্পৰে পৰস্পৰৰ লগত মিলি গৈছে -- 1
- ৰাজনৈতিক বুজাপৰাৰ মাজেদি
- বাধ্য হৈ
- গ্ৰহণ আৰু বৰ্জনৰ মাজেদি
- আইনৰ জৰিয়তে
- 1919 চনত চৰকাৰে ৰাজনৈতিক আন্দোলনক মষিমুৰ কৰিবলৈ প্ৰয়োগ কৰে 1
- লোন অমান্য আইন
- অর্থনৈতিক আইন
- ৰাওলাট আইন
- দলত্যাগ আইন
- ‘কাকুতি' নাইৱা গড়গাওঁ কবিতাৰ মূলভাৱ লিখা। 6
- কিহৰ বাবে মাডাৰ টেৰেছাই নোৱেল বঁটা পাইছিল ? 1
- ভাৰতত সংবিধান স্বীকৃত ভাষা কেইটা আছে ? 1
- বেনুধৰ শৰ্ম্মাদেৱে “কছাৰী বীৰ তুলাৰাম সেনাপতি” নামৰ পাঠটিত অসমীয়া সংস্কৃতিৰ ৰাজহাড় বুলি কাৰ কথা কৈছে ? 1
- অসমৰ ওজাপালি অনুস্থানটো ক'ৰ পৰা নিঃসৃত হৈছে ? প্ৰথমে এই গীতৰ মাধ্যম কি আছিল? 2
- 'চকুমেলাৰ' অৰ্থ কি? কবিয়ে কাৰ কোলাত প্ৰথম চকু মেলাৰ কথা কৈছে ? 2
- কি ঘটনাই এগ্নিছক মানৱ সেৱাৰ প্ৰতি অনুৰাগী কৰি তোলে ? 2
- ৱাটালু যুদ্ধত কোন কি কাৰণে পৰাজিত হৈছিল ? 2
- কবি যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম লিখা আৰু তেওঁ কোনখন পুথিৰ বাবে সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰিছিল ? 3
- টিংখং বজাই কি আহ্বান কৰা হয় ? নিশা কোনে টিংখং বজাইছিল ? 3
- সংৰক্ষণৰ উদ্দেশ্য কি কি? 3
- প্রসংগ সংগতি দর্শাই যি কোনো দুছোৱা ব্যাখ্যা কৰা । 5x2=10
- এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস।
- “মন্ত্ৰী হোৱা সহজ, জাতিৰ অন্তৰ জয় কৰা সহজ নহয়।”
- ধৰ্মীয় ক্ষেত্রটো ভাৰতীয়সকলৰ মাজত বৈচিত্র্য বিৰাজমান।
- তোমাৰ ওচৰৰ চৰকাৰী চিকিৎসালয়ৰ খা-খবৰ জনাই বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি লিখা। 8
- এটা শব্দত প্ৰকাশ কৰা 5x1=5
নিজ দেশত থকা লোক, মাজমুৰত থকা দীঘল চুলিৰ কোছা, কঁঠালৰ কুমলীয়া কলি, যাৰ কোনো আশ্ৰয় নাই, ভোটদান কৰি মনোনীত কৰা কাৰ্য্য।
- বাক্যৰচনা কৰা (যিকোনো 4টাৰ) 4x2=8
লাই-খুটা, নেৰা-নেপেৰা, একে-উশাহতে, ন-দিক, সোলোক-ঢোলোক
- সন্ধি ভাঙা/পাতা 5x1=5
উপ + অর্জন, নিশ্চয়, যাতায়াত, অধি + কাৰ, নগৰ + ঈয়া
- বিপৰীতার্থক শব্দ লিখা। 5x1=5
অপমান, অথিৰ, মৰত, চাপৰ, স্বদেশী
- ভাৱ-সম্প্ৰসাৰণ কৰা (যিকোনো দুছোৱা) 6x2=12
- যত্র জীৱ তত্ৰ শিৱ
- মনেখনা পুখুৰীত পানী খোৱা
- আপোন ভালেই জগত ভাল
--- Content provided by FirstRanker.com ---
- যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। 10
তোমাৰ ভাল লগা এখন কিতাপ, প্রাকৃতিক সম্পদ, পুথি ভৰাল ।

-000-
This download link is referred from the post: Goa University BA-LLB 5 Years Degree Last 10 Years 2010-2020 Previous Question Papers
--- Content provided by FirstRanker.com ---