This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
Firstranker's choice
This question paper consists of 28 questions and 7 printed pages.
--- Content provided by FirstRanker.com ---
Roll No.
Code No. 46/S/A/A
ASSAMESE
অসমীয়া
(228)
--- Content provided by FirstRanker.com ---
Day and Date of Examination
Signature of Invigilators
সাধাৰণ নিৰ্দেশাৱলী :
- প্রশ্ন কাকতৰ প্ৰথম পৃষ্ঠাত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নং সঠিককৈ লিখিব ।
- পৰীক্ষার্থীয়ে প্রশ্ন কাকতৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত উল্লেখ কৰা মতে প্রশ্ন বহীখনত মুঠ প্ৰশ্নৰ সংখ্যা ক্রমানুসাৰে আছে নে নাই আৰু পৃষ্ঠাৰ সংখ্যা ঠিক মতে আছে নে নাই নিশ্চিত হৈ লব লাগিব ।
- বস্তুনিষ্ঠ প্ৰশ্নৰ ক্ষেত্ৰৰ (A), (B), (C), (D) বিকল্প সমুহৰ পৰা যি কোনো এটা শুদ্ধ উত্তৰ বাছি বেলেগে দিয়া উত্তৰ বহীত তাক চিহ্নিত কৰিব ।
- বস্তুনিষ্ঠ প্রশ্ন সহিতে সকলোবোৰ প্ৰশ্নৰ উত্তৰ নিৰ্দিষ্ঠ সময়ৰ ভিতৰত কৰিব লাগিব । বস্তুনিষ্ঠ প্ৰশ্নৰ বাবে বেলেগে কোনো অতিৰিক্ত সময় দিয়া নহব।
- নির্দিষ্ঠ স্থানত বাহিৰে প্ৰশ্ন - উত্তৰ বহীৰ অন্য কোনো স্থানত ৰোল নং বা পৰীক্ষাৰ্থীৰ চিনাক্ত কৰণৰ যিকোনো তথ্য লিখিলে পৰীক্ষাৰ্থীৰ পৰীক্ষা বাতিল হব ।
- উত্তৰ বহীত প্রশ্ন কাকতৰ সাংকেতিক সংখ্যা code No. 46/S/A/A উল্লেখ কৰিব ।
--- Content provided by FirstRanker.com ---
46/S/A/A-228-A] 1 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
সময় : 3 ঘন্টা]
ASSAMESE
--- Content provided by FirstRanker.com ---
অসমীয়া(228)
[পূর্ণমান : 100
নির্দেশ : সকলো প্ৰশ্নৰ উত্তৰ কৰা বাঞ্ছনীয় ।
সাধাৰণ নিৰ্দেশাৱনী :
--- Content provided by FirstRanker.com ---
- পৰীক্ষাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ তলত দিয়া স্থানত উত্তৰ লিখিব লাগিব । যদি উত্তৰ লিখাৰ স্থান কম হয় তেনে হলে শেষত দিয়া অতিৰিক্ত পৃষ্ঠাৰ প্ৰথমতেই প্রশ্ন নং লিখিব লাগিব ।
- বহুমুখী (Multiple Choice) প্ৰশ্নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে বিকল্প বিলাকৰপৰা সঠিক উত্তৰ বাছিব লাগিব আৰু A, B, C অথবা D ৰ ভিতৰত যিটো সঠিক সৈইটো প্ৰশ্নৰ সম্মুখত দিয়া বাকচত লিখিব লাগিব ।
- পৰীক্ষার্থীয়ে একমাত্র ফ্লেপৰ (Flap) নির্দিষ্ট স্থানত নিজৰ ৰোল নং, নাম, পৰীক্ষা কেন্দ্ৰ সংখ্যা লিখিব লাগিব।
46/S/A/A-228-A] 2 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- কবিৰ পূন্য মুকুত্তিৰ ভূমি কোনখন বুলি কৈছে ? 1
- মানুহ কিহৰ দ্বাৰা মহৎ হয় ? 1
- গান্ধীজীয়ে অসহযোগ প্রস্তাৱ দৰ্ডি ধৰে 1
- কলিকতা অধিবেশনত
- পান্ডু অধিবেশনত
- নাগপুৰ অধিবেশনত
- যোৰহাট অধিবেশনত
--- Content provided by FirstRanker.com ---
- জীৱন-জেউতি কবিতাটিৰ কবিজনা 1
- নলিনী বালা দেবী
- বিনন্দচন্দ্ৰ বৰুৱা
- যতীনদ্ৰ নাথ দুৱৰা
- হীৰেন ভট্টাচার্য্য
--- Content provided by FirstRanker.com ---
- "লতা-কটা ৰন” পাঠটো 1
- অসম বুৰঞ্জীৰ
- ত্ৰিপুৰা বুৰঞ্জীৰ
- কছাৰী বুৰঞ্জীৰ
- তুংখুচীয়া বুৰঞ্জীৰ
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
46/S/A/A-228-A] 3 [Contd...
Firstranker's choice
- সূৰ্য্যৰ আগমনত কি ফুল জয় পৰে আৰু কি ফুল ফুলে ? 1
--- Content provided by FirstRanker.com ---
- ভাৰত চৰকাৰে মাজৰ টেৰেছাক কি উপাধি এদান কৰিছিল ? 1
- “পুৱাৰ বেলি” আৰু “আবেলিৰ বেলিৰ” মাজত্ত পাৰ্থক্য কি? 1
- প্ৰকৃতিৰ প্ৰধান উপাদান কি ? 1
- অসমত কোন জনগোষ্ঠিয়ে কোন প্রথমে খেতিৰ প্ৰৱৰ্ত্তন কৰিছিল ? 1
- ইয়ান্ডাবু সন্ধিকাৰ কাৰ মাজত্ত স্বাক্ষৰিত হৈছিল ? 1
- 'কাকুতি' কবিতাৰ কবিজনাৰ নাম কি ? 2
তেঁও কবিতাটি কি ভাষাত ৰচনা কৰিছে ?
--- Content provided by FirstRanker.com ---
46/S/A/A-228-A ] 4 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- তুলাৰাম সেনাপতি কোন বংশৰ লোক ? তেঁওৰ উপৰি পুৰুষজনাৰ নাম লিখা । 2
- বিষয় বস্তু অনুসৰি ওজাপালি অনুষ্ঠানটোক কি দুটা বহল ভাগত ভগাব পাৰি ? 2
- হিন্দু শাস্ত্রমতে যুগ কেইটা আৰু কি কি ? 2
- 'আজি' আৰু 'কালিয়ে' ফুলৰ উপৰত কেনে ভাৱে প্ৰভাৱ বিস্তাৰ কৰে ? কবিয়ে কিয় 2+1
সময় থাকোতে গোলাপৰ কলি ছির্ডিবলৈ কৈছে? - “মোৰদেশ” নাইবা "জনমভূমি” কবিতাটিৰ মূলভাৱ লিখা । 6
- কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দুখন কবিতা পুথিৰ নাম লিখা । তোমাৰ পাঠ্যপুথিত থকা তেঁও লিখা 3
--- Content provided by FirstRanker.com ---
কথা-কবিতাটিৰ নাম লিখা। - “ৰোজা” কি? কোন ধৰ্মৰ মানুহে “ৰোজা” ৰাখে? কোন মাহত ৰোজা ৰখা হয় ? 3
--- Content provided by FirstRanker.com ---
46/S/A/A-228-A] 5 www.FirstRanker.com [Contd...
Firstranker's choice
--- Content provided by FirstRanker.com ---
- শব্দ প্ৰদূসণৰ তিনিটা কু-ফল উল্লেখ কৰা । 3
- প্রসংগ সংগতি দর্শাই যি কোনো দুছোৱা ব্যাখ্যা কৰা । 5×2=10
- সমস্যা বহুল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু নিৰ্ভীক ৰনবীৰ এজন হেৰুৱাটো জৰ্ডৰ ৰাষ্ট্ৰীয়-ক্ষতি।
- প্রকৃতি জগত্তৰ গতি-বিধি লক্ষ্য কৰি ও সময় নিৰুপণ কৰা হয় ।
- “মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ-সোনোৱালী
--- Content provided by FirstRanker.com ---
ভৱিষ্যতৰ সপোন।”
- তুমি থকা অন্চলটোৰ পথৰ-দূৰৱস্থাৰ আশু 8
মেৰামতিৰ বাবে পৌৰ নিগমলৈ এখন গোহাৰী লিখা। - এটা শব্দত প্রকাশ কৰা 5×1=5
--- Content provided by FirstRanker.com ---
যত মানুহৰ শুশ্রুষা কৰা হয়, খেৰৰ চালেৰে নিৰ্মাণ কৰা সৰু জুপুৰী, জন্তু ৰখা ঠাই,
ঘৰৰ চালৰ ওখ জোঙা অংশ, দ্রোহ আচৰণ কৰা লোক । - বাক্য ৰচনা কৰা (যি কোনো 4 টাৰ) 4×2=8
বেৰে চালে কোবোৱা, ওলট-পালট, যথা-সৰ্বস্ব কনাৰ লাখুটি, জুই-ছাই।
46/S/A/A-228-A] 6 www.FirstRanker.com [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- সন্ধি ভাঙা/পাতা 1×5=5
সিংহ, নিঃ+বিচাৰ, উন্নত্তি, উৎ+মত্ত, সম+কৃত্ত । - বিপৰীত্তাৰ্থক শব্দ লিখা : 5×1=5
ইচ্ছা, উন্নত্তি, গধূৰ, জয়, অনুকূল । - ভাৱ-সম্প্ৰসাৰণ কৰা । (যিকোনো দুছোৱা) 6×2=12
- মহান লোক সকল ক্ষনজন্মা ।
- পঢ়ে পঢ়ুৱায় ৰোৱে পান ।
- বতৰ চাই কঠিয়া পেলোৱা ।
--- Content provided by FirstRanker.com ---
- তলত দিয়া বিষয়ৰ ওপৰত যি কোনো এখন ৰচনা লিখা । 10
- অসমৰ প্ৰধান নদীখন ।
- তুমি ভালপোৱা এটা উৎসৱ ।
- বান-পানী ।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
46/S/A/A-228-A] 7 [900] www.FirstRanker.com