This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
FirstRanker's choice
This Question paper consists of 27 questions and 4 printed pages.
--- Content provided by FirstRanker.com ---
Roll No. | Day and Date of Examination | Signature of Invigilator |
1. | 2. |
ASSAMESE
অসমীয়া
Code No. 50/S/A/A | SET A | (228) |
সাধাৰণ নিৰ্দেশাৱলী :
- প্ৰশ্ন কাকতৰ প্ৰথম পৃষ্ঠাত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নং সঠিককৈ লিখিব ।
- পৰীক্ষাৰ্থীয়ে প্ৰশ্ন কাকতৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত উল্লেখ কৰা মতে প্রশ্ন বহীখনত মুঠ প্ৰশ্নৰ সংখ্যা ক্রমানুসাৰে আছে নে নাই আৰু পৃষ্ঠাৰ সংখ্যা ঠিক মতে আছে নে নাই নিশ্চিত হৈ লব লাগিব ।
- বস্তুনিষ্ঠ প্ৰশ্নৰ ক্ষেত্ৰত (A), (B), (C), (D) বিকল্প সমুহৰ পৰা যি কোনো এটা শুদ্ধ উত্তৰ বাছি বেলেগে দিয়া উত্তৰ বহীত তাক চিহ্নিত কৰিব ।
- বস্তুনিষ্ঠ প্রশ্ন সহিতে সকলোবোৰ প্ৰশ্নৰ উত্তৰ নিৰ্দিষ্ঠ সময়ৰ ভিতৰত কৰিব লাগিব । বস্তুনিষ্ঠ প্ৰশ্নৰ বাবে বেলেগে কোনো অতিৰিক্ত সময় দিয়া নহব ।
- নিৰ্দিষ্ঠ স্থানত বাহিৰে প্ৰশ্ন-উত্তৰ বহীৰ অন্য কোনো স্থানত ৰোল নং বা পৰীক্ষাৰ্থীৰ চিনাক্ত কৰণৰ যিকোনো তথ্য লিখিলে পৰীক্ষাৰ্থীৰ পৰীক্ষা বাতিল হব ।
- উত্তৰ বহীত প্ৰশ্ন কাকতৰ সাংকেতিক সংখ্যা Code No. 50/S/A/A, Set A উল্লেখ কৰিব ।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
FirstRanker's choice
ASSAMESE
(228)
সময় : 3 ঘন্টা ] | [ পূর্ণমান : 100 |
নির্দেশ : সকলো প্ৰশ্নৰ উত্তৰ কৰা বাঞ্ছনীয় ।
সাধাৰণ নিৰ্দেশাৱনী
--- Content provided by FirstRanker.com ---
- পৰীক্ষাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ তলত দিয়া স্থানত উত্তৰ লিখিব লাগিব । যদি উত্তৰ লিখাৰ স্থান কম হয় তেনে হলে শেষত দিয়া অতিৰিক্ত পৃষ্ঠাৰ প্ৰথমতেই প্রশ্ন নং লিখিব লাগিব ।
- বহুমুখী (Multiple choice) প্ৰশ্নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে বিকল্প বিলাকৰপৰা সঠিক উত্তৰ বাছিব লাগিব আৰু A, B, C অথবা D ৰ ভিতৰত যিটো সঠিক সেইটো প্ৰশ্নৰ সম্মুখত দিয়া বাকচত লিখিব লাগিব ।
- পৰীক্ষাৰ্থীয়ে একমাত্র ফ্লেপৰ (Flap) নির্দিষ্ট স্থানত নিজৰ ৰোল নং, নাম, পৰীক্ষা কেন্দ্ৰ সংখ্যা লিখিব লাগিব ।
- “মোৰ দেশ” কবিতাটোৰ ৰচকজন – 1
- বিনন্দচন্দ্ৰ বৰুৱা
- নলিনীবালা দেবী
- শঙ্কৰদেৱ
- হীৰেণ
--- Content provided by FirstRanker.com ---
- 'বায়খু' বা 'বায়খো' কোন জনগোষ্ঠিৰ প্ৰধান উৎসৱ ? 1
- অসমৰ গোৱালপাৰা জিলাৰ অতি জনপ্রিয় শ্ৰৱ্য কথাশৈলী - 1
- কুশান গান
- পালা গান
- যক্ষগান
- পাঞ্চালি গান
--- Content provided by FirstRanker.com ---
- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন খুহুতীয়া নাটৰ নাম লিখা । 1
- “বিদেশীৰ চকুথিৰ” – কবিয়ে কি দেখি বিদেশীৰ চকু থিৰ হোৱা বুলি কৈছে ? 1
- কেতেকী ফুল ফুলাৰ পিছত কেতেকী চৰাইজনীৰ অৱস্থা ? 1
- তাইৰ কণ্ঠ ৰুদ্ধ হব
- তাইৰ দেহা ঢাল
- খাই মাটিত বাগৰি পৰিব
- তাইৰ আনন্দ উভৈনদী হব
--- Content provided by FirstRanker.com ---
- গহপুৰত পুলিচৰ গুলীচালনাত নিহত হোৱা বীৰাংগনা গৰাকী কোন ? 1
- সূৰ্য্যৰ অণকাৰী তীক্ষ্ণ ৰশ্মিবিধৰ নাম কি ? 1
- ৱাটালু যুদ্ধত কোনে, কি কাৰণে পৰাজিত হৈছিল ? 2
- মানুহ কিহৰ দ্বাৰা মহৎ হয় ? 1
- 'কুত্তা' বুলি কবিয়ে কিহক বুজাইছে ? 1
- তুলাৰাম সেনাপতিৰ পিতৃৰ নাম কি ? 1
- কবি নলিনীবালা দেবীক কি কবি বুলি জনা যায় ? তেওঁ তোমাৰ পাঠ্যপুথিত থকা 'জনমভূমি' কবিতাটোৰ জৰিয়তে কি ভাৱ জগাই তুলিছে ? 2
- চমু টোকা লিখা (যি কোনো এটাৰ) 4 x 1 = 4
- পথৰু ঘাট,
- ৰমজান মাহ ।
--- Content provided by FirstRanker.com ---
- তোমাৰ অঞ্চলত থকা এখন ভঙা দলংৰ মেৰামতিৰ বাবে বিভাগীয় কর্তৃপক্ষলৈ বাতৰি কাকতৰ সম্পাদকৰ জৰিয়তে এখন চিঠি লিখা । 8
- প্ৰকৃতিৰ উপাদান কেইটা কি কি ? 3
- ভিন্ন জনগোষ্ঠিৰ লোক বিভিন্ন সময়ত অসমলৈ অহাৰ প্ৰধান কাৰণ তিনিটা কি কি ? 3
- “মই অসম্ভৱক সম্ভৱ কৰিম কৰিম - লগে লগে মোৰ প্ৰানো দিম” – উক্ত কথাষাৰ কোনে কাক কি কাৰণত কৈছিল? 3
- কোনখন পুথিৰ বাবে বেণুধৰ শৰ্ম্মাই সাহিত্য একাডেমীৰ বঁটা পাইছিল ? তোমাৰ পাঠ্যপুথিৰ তেওঁ ৰচনা কৰা পাঠটিৰ নাম লিখা । 3
- “জীৱন জেউতি” নাইবা “গড়গাঁত্ত” কবিতাটিৰ মূলভাৱ লিখা । 6
- প্ৰসংগ সংগতি দর্শাই যি কোনো দুছোৱা ব্যাখ্যা কৰা । 5 x 2 = 10
- “ফান্দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আসে কাম ক্রোধ কুত্তা খেদি খাই ।”
- বস্ত্ৰহীনক বস্ত্ৰ দিয়া, নিৰাশ্ৰয়ক আশ্রয় দিয়া, তোমাৰ ঘৰলৈ স্বৰ্গৰ শান্তি, আনন্দ আৰু প্ৰেম নমাই আনা ।
- “সমস্যাবহুল ৰাজ্যখনৰ মূখ্যমন্ত্ৰী আৰু নিৰ্ভীক ৰণবীৰ এজন হেৰুৱাটো ডাঙৰ ৰাষ্ট্ৰীয় ক্ষতি ।”
--- Content provided by FirstRanker.com ---
- এটা শব্দত প্ৰকাশ কৰা । 5x1=5
- যি সকলো জানে,
- যি তিৰোতাৰ স্বামীৰ মৃত্যু হৈছে,
- পাতলিয়াকৈ বহুসময় দি থকা বৰষুণ,
- গধূলি বা ৰাতি চকুৰে নেদেখা মানুহ,
- বহাগ বিহুৰ কালত বলা ধুমুহা ।
--- Content provided by FirstRanker.com ---
- বিপৰীতার্থক শব্দ লিখা । 5×1=5
- অধম,
- গোপন,
- ক্ষণ-স্থায়ী,
- ভাগ্যৱান,
- দিন ।
--- Content provided by FirstRanker.com ---
- বাক্য ৰচনা কৰা (যি কোনো 4টাৰ) 4×2=8
- অপত্য স্নেহ,
- লালিত-পালিত,
- চকুচৰহা,
- উঠি পৰি লাগ,
- থৰকা ছুটি হেৰা ।
--- Content provided by FirstRanker.com ---
- সন্ধি ভাঙ্গা/পাতা : 5×1=5
- দুঃ + গতি,
- চলাচল,
- নমষ্কাৰ,
- বেগী,
- নিৰ্মিত
--- Content provided by FirstRanker.com ---
- ভাৱ সম্প্ৰসাৰণ কৰা (যি কোনো দুছোৱা) 6 x 2 = 12
- অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ
- কুকুৰ চিকুন গিৰিহঁতৰ যশ ।
- কথাত কটা যায় কথাত বঁটা পায় ।
- তলৰ যি কোনো বিষয়ৰ এখন ৰচনা লিখা । 10
- বাৰিষা কাল,
- মহৎলোকৰ জীৱনী,
- অসমৰ খনিজ তেল ।